Wednesday, March 11, 2026
Homeঅসম কোন মন্ত্ৰীয়ে, ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা ?

 কোন মন্ত্ৰীয়ে, ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা ?

ডিডিটেল ডেস্ক, anews24x7:  কাইলৈ দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ ইতিমধ্যে অসম চৰকাৰেও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কাইলৈ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা, ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে তালিকা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments