Friday, November 8, 2024
Homeঅসম'সকলো শিক্ষকক ডায়েৰী দিয়া হ'ব'

‘সকলো শিক্ষকক ডায়েৰী দিয়া হ’ব’

  • কোকৰাঝাৰত শিক্ষকক নিয়মীয়াকৰণৰ নিযুক্তি পত্ৰ বিতৰণ ।
  • এলপি আৰু এমই মিলি ২১১২ জন শিক্ষকক নিয়মীয়াকৰণ কৰিলে বিটিচি চৰকাৰে ।
  • কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠান ।
  • নিয়মীয়াকৰণৰ নিযুক্তিপত্ৰ বিতৰণ কৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
  • ২১১২ শিক্ষকৰ ভিতৰত ১৭৩৪ গৰাকী হ’ল প্ৰাথমিক পৰ্যায়ৰ আৰু ৩৭৮ গৰাকী হ’ল মধ্য ইংৰাজী বিদ্যালয়ৰ ।
  • নিয়মীয়াকৰণৰ নিযুক্তি প্ৰদান কৰি প্ৰমোদ বড়োৰ মন্তব্য …
  • শিক্ষকসকলৰ নিয়মীয়াকৰণে গুণগত শিক্ষা প্ৰদানত ভাল ফলাফল প্ৰদৰ্শন কৰিব ।
  • নিয়মীয়াকৰণৰ ফলত শিক্ষকসকলৰ ডাঙৰ চিন্তা এটা নোহোৱা হ’ল ।
  • শিক্ষকক চচিয়েল ইঞ্জিনিয়াৰ বুলি আখ্যা ।
  • সকলো শিক্ষকক ডায়েৰী দিয়া হ’ব ।
  • শিক্ষকৰ মাজত বৈষম্য থাকিব নালাগে ।
  • শিক্ষকৰ মনটো পবিত্ৰ হৈ থাকিব লাগে ।
  • শিশুসকলক নিজৰ সন্তান বুলি ভাৱিব লাগিব ।
  • আজিৰ শিক্ষানীতিক ব্লেম কৰে ।
  • আমাৰ সমাজত আব্দুল কালাম , ৰামানুজুম আছে, উলিয়াই আনিব লাগিব ।
  • টিএলএম মামৰে লাগি থাকে । নকলে টয়লেট বছৰধৰি লেতেৰা কৰি ৰাখে।
  • শিক্ষাই একমাত্ৰ পথ যিয়ে সমাজ গঢ়িব পাৰে ।
  • সভাত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো , বিটিচিৰ প্ৰধান সচিব আকাশদীপ, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী আৰু জিৰণ বসুমতাৰী , বিটিচিৰ কাৰ্যবাহীসকল আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments