তীৰ্থ বৰা, নগাঁও:
- নগাঁও ঢাকায়াপট্টিৰ নিজা বাসভৱনত সংবাদমেল অনুষ্ঠিত কৰি সাংসদ ৰকিবুল হুছেইনৰ কেইবাটাও বিষ্ফোৰক মন্তব্য
- চামগুৰি সমষ্টিত মাৰপিতৰ ঘটনাত এজন লোকৰ মৃত্যু ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই সাংসদ ৰকিবুল হুছেইনে
- গো মাংসৰ প্ৰসঙ্গকলৈ পুণৰ সৰব ৰকিবুল হুছেইন। এই বাৰ RSS ক বিষয়টো তদন্তৰ নিৰ্দেশ। ৰকিবুল হুছেইনে কোৱা কথা মিছা হ’লে ৰাজনৈতিক আৰু ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰাৰ ঘোষণা
- ৰকিবুল হুছেইনে নিজৰ ম’বাইল ফোনত প্লে কৰি দেখুৱাই গো মাংস খোৱাৰ দৃশ্য
- নিলাজৰ লাজ নাই কেকুৰাৰ মোৰ নাই বুলি ও এজন মন্ত্ৰী ক উদ্দেশ্য কৰি ৰকিবুল হুছেইনে
- ভয়ত কেকুৱা এতিয়া মন্ত্ৰী কেশৱ মহন্ত। নেহেৰুবালিৰ যি খন মঞ্চত উঠি মোক গালি পাৰি আছে সেইখনেও কব কংগ্ৰেছ কংগ্ৰেছ বুলি