Friday, May 23, 2025
Homeঅসমচৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ দীপাৱলীৰ উপহাৰ

চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ দীপাৱলীৰ উপহাৰ

ডিজিটেল ডেস্ক, ২৭অক্টোবৰ:  চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ দীপাৱলীৰ উপহাৰ। ২৮ তাৰিখে পাব দৰমহা। ৫৩ শতাংশলৈ বৃদ্ধি মৰগীয়া বানচ।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA ৫৩ শতাংশ হ’বগৈ। দীপাৱলীৰ বাবে কাইলৈ হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা। ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব এই DA বৃদ্ধি। ৪ মাহৰ বকেয়া ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে ২৫ শতাংশকৈ লাভ কৰিব অসম চৰকাৰ কৰ্মচাৰীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments