- দিল্লীৰ বিজৱাসনত EDৰ দলৰ ওপৰত আক্ৰমণ
- অভিযানৰ সময়তে EDৰ দলক প্ৰাণঘাতী আক্রমণ
- আক্রমণত আঘাতপ্রাপ্ত তদন্তকাৰী সংস্থাটোৰ এজন বিষয়া
- PPPYL Cyber App Fraud গোচৰৰ তদন্তৰ বাবে গৈছিল দলটো
- তদন্তৰ সময়তে অভিযুক্ত অশোক শৰ্মাৰ লগতে পৰিয়ালে চলায় আক্রমণ
- EDৰ তদন্তকাৰী বিষয়াৰ গালৈ দলিয়াই ভাঙিলে চকী
- আক্রমণত আঘাতপ্রাপ্ত হৈছে EDৰ এচিষ্টেন্ট ডাইৰেক্টৰ
- আক্ৰমণ কৰিয়েই পলায়ন অভিযুক্তৰ
- ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে