- অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা।
- ৪গৰাকীকৈ বিধায়ক নতুনকৈ মন্ত্ৰিত্ব প্ৰদান।
- ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ল প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষেন্দু পাল আৰু ৰূপেশ গোৱালা।
- সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন মন্ত্ৰীৰ নাম।
- ডিব্ৰুগড় সমষ্টিৰ ৪ বাৰৰ বিধায়ক প্ৰশান্ত ফুকন।
- পাথাৰকান্দিক বিধায়ক কৃষেন্দু পালেও লাভ কৰিলে মন্ত্ৰিত্ব।
- লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় অন্তুৰ্ভুক্ত হ’ল ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত।
- ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাও লাভ কৰিলে মন্ত্ৰিত্ব।