Sunday, July 6, 2025
Homeঅৰ্থনীতিঅচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম!

অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম!

ডিজিটেল ডেস্ক, ২০ডিচেম্বৰ: অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম! এইসমূহ সামগ্ৰীৰ GST বৃদ্ধিৰ সম্ভাৱনা প্ৰৱল।

বৰ্তমানৰ ২৮ ৰ পৰা ৩৫% লৈ বৃদ্ধি হব পাৰে GST। ২১ ডিচেম্বৰত GSTৰ পৰিষদৰ বৈঠকত হ’ব পাৰে সিদ্ধান্ত। পানী, নোটবুক,চাইকেল আদি সামগ্ৰীৰ GST হ’ব পাৰে হ্ৰাস। জীৱনবীমা,স্বাস্থ্য বীমাৰ GST হ্ৰাসৰো সিদ্ধান্ত হ’ব পাৰে এই বৈঠকত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments