Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়পুনৰ বিপদত অভিনেতা আল্লু অৰ্জুন

পুনৰ বিপদত অভিনেতা আল্লু অৰ্জুন

ডিজিটেল ডেস্ক, ২৪ডিচেম্বৰ:পুনৰ বিপদত অভিনেতা আল্লু অৰ্জুন। ‘পুষ্পা ২’ৰ দৃশ্যক লৈ আল্লু অৰ্জুনৰ বিৰুদ্ধে অভিযোগ দাখিল কংগ্ৰেছ নেতা থিনমাৰ মালান্নাৰ।

চিনেমাখনত এগৰাকী আৰক্ষী বিষয়া উপস্থিত থকা অৱস্থাত অভিনেতা আল্লু অৰ্জুনে এটা চুইমিং পুলত প্ৰস্ৰাৱ কৰা দৃশ্যক অসন্মানজনক আখ্য দি মেডিপল্লী থানাত দাখিল কৰে এজাহাৰ।

এজাহাৰত অভিনেতাজনৰ উপৰিও উল্লেখ আছে চিনেমাখনৰ পৰিচালক সুকুমাৰ, আৰু প্ৰযোজকৰ নাম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments