Wednesday, March 11, 2026
Homeঅসম১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান

১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান

ডিজিটেল ডেস্ক, ৯জানুৱাৰী: যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান৷ অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ STFৰ গোপন খবৰৰ ভিত্তিত পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটি দলে যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত অভিযান চলাই ২১টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ধন ২২,৭০৯ টকা, ১৪টা চুৰি কৰা মোবাইল ফোন আৰু দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে ১৪ মাইলৰ এটি গৃহত চলোৱা অভিযানত ড্ৰাগছত ব্যৱহৃত খালী চিৰিঞ্জ ২১টা আৰু খালী কণ্টেইনাৰো ১০টা জব্দ কৰে দলটিয়ে। আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুটা বলে ষ্টাৰ চিলিয়াং ওৰফে ডেং আৰু চাহিদ মাৰবিয়াং ওৰফে পাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments