Wednesday, March 11, 2026
Homeঅসমপ্ৰথমবাৰৰ বাবে বিটিচিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন

প্ৰথমবাৰৰ বাবে বিটিচিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

  • প্ৰথমবাৰৰ বাবে বিটিচিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।
  • ইয়াৰ বাবে প্ৰয়োজনীয় অনুমোদন ৰাজ্যপালৰ।
  • অধিৱেশনৰ প্ৰথমদিনা বিটিচিত সদনক সম্বোধন কৰিব ৰাজ্যপালে।
  • ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ বাজেট অধিৱেশন।
  • ১৯ ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ নতুন ভৱনতে চলিব বিধানসভাৰ কাম-কাজ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments