Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়এখন বিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ডত হতভম্ব অভিভাৱক

এখন বিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ডত হতভম্ব অভিভাৱক

ডিজিটেল ডেস্ক, ১২জানুৱাৰী: ঝাৰখণ্ডত ধনবাদৰ এখন বিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ডত হতভম্ব অভিভাৱক৷ পৰীক্ষাৰ অন্তত ইজনে-আনজনৰ চাৰ্টত মনৰ কথা লিখাৰ বাবেই শিক্ষাৰ্থীক চাৰ্ট খুলিবলৈ নিৰ্দেশ৷

দ্বাদশ শ্ৰেণীৰ ৮০ গৰাকী শিক্ষাৰ্থীক অধ্যক্ষই চাৰ্ট খুলিবলৈ দিছিল নিৰ্দেশ৷ চাৰ্ট খুলি ব্লেজাৰ পিন্ধি ঘৰলৈ যাবলৈও দিয়া হৈছিল শিক্ষাৰ্থীসকলক৷ এই ঘটনাৰ পাছতেই ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল৷

শীৰ্ঘ্ৰে অধ্যক্ষক কঠোৰ শাস্তি দিয়াৰ দাবী৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments