- ‘এডভান্টেজ অসম-২.০’ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া।
- ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ অসম-২.০’।
- ‘এডভান্টেজ অসম-২.০’ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হৈ প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰে।