- ৰাজ্য জোকাৰি যোৱা মাজবাটৰ দলবদ্ধ কিশোৰী /ধ/ৰ্ষ/ণ / ঘটনাৰ ৰায়দান।
- ৫ ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ওদালগুৰিৰ আদালতৰ।
- আবিজুল আলী, ছাদ্দাম হুছেইন, মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড ।
- মুস্তাক আহমেদ, এহছান আহমেদকো যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ।
- ওদালগুৰিৰ ন্যায়াধীশ এন এছ দেউৰীৰ বিশেষ আদালতৰ এই ৰায়দান।
- ২০২৪ৰ ২২ জুনত মাজবাটত সংঘটিত হৈছিল এই ঘটনা।
- টিউচনলৈ অহা কিশোৰীক ধৰ্ষণ কৰিছিল ৫ পাষণ্ডই।