ডিজিটেল ডেস্ক, ১ফেব্ৰুৱাৰী: ব্ৰহ্মপুত্ৰ নদীত ১৫ ঘণ্টা সময় অবিৰামভাৱে সাঁতুৰিল অসমৰ প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই।
৩১ জানুৱাৰীৰ ৰাতি ৯ বজাৰ পৰা ১ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজালৈ সাঁতুৰিল সাঁতুৰবিদগৰাকীয়ে। এই সাঁতুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মুখ্যমন্ত্ৰীগৰাকীৰ নামত উৎসৰ্গা কৰিলে এলভিছ আলী হাজৰিকাই।
