- ২ এপ্ৰিলত ৰাভা হাছং পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ
- পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্রহণ
- বেলটত ভাগ্য নির্ণয় হ’ব ৯৬ প্রার্থীৰ
- ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে NDAৰ ৩ প্রার্থী
- কামৰূপৰ ১৪টা পৰিষদীয় সমষ্টিৰ বাবে হ’ব নির্বাচন
- কামৰূপত মুঠ ৪৪ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে নির্বাচনত
- কামৰূপত ১৪টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ ১,৬৮,৬৬৮ জন
- কামৰূপ জিলাৰ পৰিষদীয় নির্বাচনত ২০৯টা ভোটকেন্দ্র আছে
- গোৱালপাৰা জিলাৰ অন্তৰ্গত ২০টা সমষ্টিত হ’ব নির্বাচন
- এটা সমষ্টিত NDAৰ প্রার্থী বিজয়ী হোৱাৰ বাবে ১৯টা সমষ্টিত হ’ব নির্বাচন
- ১৯টা সমষ্টিত আছে ৩৬২টা ভোটগ্রহণ কেন্দ্র