Monday, July 7, 2025
Homeঅসমডুমডুমা ৰেলৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ

ডুমডুমা ৰেলৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ

  • ডুমডুমা ৰেলৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ
  • মৃতদেহটো ডুমডুমাৰ বাবুলাল মিত্তল (৫৮) বুলি জানিব পৰা গৈছে
  • স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে ডুমডুমা আৰক্ষীক
  • মৃতদেহটোক লৈ ডুমডুমাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ
  • ঘটনা স্থলীত উপস্থিত পৰিয়ালৰ লোক
  • ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments