চিৰাঙৰ বিজনীৰ বড়োবাজাৰত শোকাবহ পথ দুৰ্ঘটনা।
বড়োবাজাৰ-সুবাইঝাৰ পথৰ ভাদুলীপাৰাত AS-26C-4849 নম্বৰৰ ডাম্পাৰ আৰু AS-26E- 8735 নম্বৰৰ WAGON R ৰ মাজত মুখামুখি সংঘৰ্ষ ।
থিতাতে নিহত WAGON R ৰ গৰাকী ১ নং বৰিপাৰা নিৱাসী প্ৰাক্তন সেনা মুক্তি মুছাহাৰী(৬৫) ।
মুক্তি মুছাহাৰী নিজ বাসভৱনৰ পৰা বাহনখনেৰে বল্লামগুৰী বজাৰলৈ গৈ থাকোঁতে সংঘটিত হয় দুৰ্ঘটনাটো ।