- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱতম সংযোজন হ’ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মাডাৰ এণ্ড ছাইল্ড হাস্পতাল।
- কালাপাহাৰস্থিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
- শীঘ্ৰেই চিকিৎসালয়খনত মুকলি হ’ব OPD সেৱা।
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আগন্তুক মাতৃ আৰু শিশু চিকিৎসালয়ে সমৰ্পিত আৰু বিশেষ শিশু চিকিৎসা সেৱা আগবঢ়াব।
- ৮০০খন বিচনাৰে সজ্জিত হ’বলগীয়া এই অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক সম্পূৰ্ণৰূপে পুনর্নির্মাণ কৰাৰ আমাৰ বৃহত্তৰ পৰিকল্পনাৰ এক অংশ।
- আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰত উপস্থিত হৈ নির্মাণ অগ্রগতিৰ পৰ্যালোচনা কৰে