Wednesday, July 9, 2025
Homeঅসমশিৱসাগৰ চহৰৰ পৰা এজনক আটক

শিৱসাগৰ চহৰৰ পৰা এজনক আটক

  • সামাজিক মাধ্যমত পাকিস্থানৰ সমৰ্থনত বিতৰ্কিত পোষ্ট ৷
  • শিৱসাগৰ চহৰৰ পৰা এজনক আটক ৷
  • চাহিল আলি নামৰ ১৯ বছৰীয়া যুৱকজনক আটক সদৰ আৰক্ষীৰ ৷
  • যুৱকজনক আটক কৰাৰ সন্দৰ্ভদ মূখ্যমন্ত্ৰীয়ে কৰিছে টুইট ৷
  • শিৱসাগৰ চুকৰ গাৱৰ ভাৰাতীয়া নিবাসী মেছেৰ আলিৰ পুত্ৰ চাহিল আলি ৷
  • চাহিলৰ পিতৃৰ প্ৰকৃত ঘৰ কামৰূপ জিলাৰ বাইহাটা ছাৰিআলিত ৷
  • শিৱসাগৰ সদৰ আৰক্ষীয়ে নিজৈববীয়াকৈ ৬৬/ ২০২৫ নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চাহিল আলিক ৷
  • শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিছে বিতৰ্কীত পোষ্ট দিয়া চাহিলৰ মবাইল ফোন ৷
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments