- গুৱাহাটী মহানগৰীত পশ্চিমবংগ আৰক্ষীৰ অভিযান
- চাইবাৰ অপৰাধীক বিচাৰি অভিযান
- পশ্চিমবংগ আৰক্ষীৰ ৯০ লাখ টকা লুটি পলাই থকা অভিযুক্তক বিচাৰি অভিযান
- চক্ৰটোৱে পশ্চিমবংগৰ এগৰাকী ব্যৱসায়ীৰ পৰা লুটিছিল ৯০ লাখ টকা
- দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান পশ্চিমবংগ আৰক্ষীৰ
- প্ৰৱঞ্চক চক্ৰটো মণিপুৰৰ বুলি চিনাক্ত
- পশ্চিমবংগ আৰক্ষীৰ ম’বাইল লোকেশ্যনৰ ভিত্তিত আৰক্ষীয়ে চলাইছে অভিযান
