Thursday, March 12, 2026
Homeঅসমআমাৰ দল খুউব ডিচিপ্লিন, ইউপিপিএল নিচিনা নহয়

আমাৰ দল খুউব ডিচিপ্লিন, ইউপিপিএল নিচিনা নহয়

বিজনীত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।

বিজনী জিলা বিপিএফৰ কাৰ্যালয়ত জিলা বিপিএফৰ অন্তৰ্গত তিনিটা ব্লক কমিটিৰ বিষয় ববিয়াৰে বৈঠক হাগ্ৰামা মহিলাৰীৰ।

বিজনীৰ তিনিটা পৰিষদীয় সমষ্টিত বিপিএফৰ বহুত ভাল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

বিজনী জিলা হিচাবে ইউপিপিএল জি’ৰ। বিজনীৰ থুৰিবাৰী, সুভাইজাৰ আৰু মানাছ সেৰফাং তিনিওটা সমষ্টিতে বিজেপিৰ লগত যুদ্ধ হ’ব বুলি মন্তব্য হাগ্ৰামাৰ।ইউপিপিএল কাম নাই ইয়াত।

মিত্ৰতাৰ ক্ষেত্ৰত জি এছ পিৰ লগত আলোচনা চলি আছে, এতিয়াও ঠিক হোৱা নাই।

কালি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মীক সন্মান কৰিব নাজানে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰীৰ।

তেওঁ কয় যে আমাৰ দল খুউব ডিচিপ্লিন, ইউপিপিএল নিচিনা নহয়।প্ৰমোদ বড়োই নিজে খায়, বেলেগক খাব নিদিয়ে।

প্ৰমোদ বড়ো কাকো চিনি নাপায়, সি হ’ল এবছুৰ প্ৰেছিডেণ্ড, আমি নাজানো নেকি বুলি মন্তব্য হাগ্ৰামাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments