Tuesday, July 8, 2025
Homeঅসমবিজেপি দলৰ পৰা পদত্যাগ কোনজন বিধায়কৰ ?

বিজেপি দলৰ পৰা পদত্যাগ কোনজন বিধায়কৰ ?

ডিজিটেল ডেস্ক, anews24x7: খুমটাই বিধান সভা সমষ্টিৰ অসম বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই বিধায়ক পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে।বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৯খন আসন লাভ কৰিবলৈ সক্ষম হ’লেহে অহা বছৰ ৰাজ্যৰ বিধানসভাৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব।

এই কথা সদৰী কৰিছে এখনি পত্ৰৰ যোগেদি অসম বিজেপিৰ বিধায়কগৰাকীয়ে।অসম বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই ৯খন আখনৰ সন্দৰ্ভত ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি গ্ৰেণ্ড-অল্ড দলটোৱে ৰাজ্যৰ পৰা ৯খন আসন লাভ কৰে তেন্তে নিৰ্বাচনৰ ফলাফলৰ দিনা বিধায়ক পদৰ পৰা পদত্যাগ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments