Wednesday, March 11, 2026
Homeঅসমপ্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

শনিবাৰে ৰাজ্যৰ ১৯খন জিলাত জাৰি হ’ল ইয়েল’ এলাৰ্ট

আজি নিশা ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰবল বৃষ্টিপাত

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি দুপৰীয়া জাৰি কৰিছে সতৰ্কবাণী

আজি নিশাৰ বাবে ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, শোণিতপুৰ আৰু নগাঁও জিলাত

ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, শিৱসাগৰ আৰু চৰাইদেউ জিলাতো জাৰি কৰা হৈছে এলাৰ্ট।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments