Tuesday, March 10, 2026
Homeঅসম'প্ৰমোদ বড়ো , খাম্ফা বৰগয়াৰী হাৰিব'

‘প্ৰমোদ বড়ো , খাম্ফা বৰগয়াৰী হাৰিব’

  • বিপিএফৰ ছয় প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ।
  • দেৱৰগাঁঁও সমষ্টিত হাগ্ৰামাৰ মনোনয়ন দাখিল ।
  • সংবাদমাধ্যমৰ আগত হাগ্ৰামাৰ দাবী …
  • ২০ ৰো অধিক আসন লাভ কৰি বিপিএফ দলে চৰকাৰ গঠন কৰিব ।
  • প্ৰমোদ বড়োৰ ইউপিপিএল দলে একো মেজিক নম্বৰ নাপায় । ভাগ্য থাকিলে দুই এখন আসন পব ।
  • প্ৰমোদ বড়ো , খাম্ফা বৰগয়াৰী হাৰিব ।
  • বিপিএফৰ বাবে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে । সকলোৰে আশা আমি পুৰণ কৰিম ।
  • ইউপিপিএলৰ হাজাৰ হাজাৰ সমৰ্থক সকলে মোক ফ্লাইং কিচ দিয়ে, ভিক্টৰী চিম্বল দেখুয়ায় , নমস্কাৰ কৰে । ইয়াৰ অৰ্থ ভিতৰি ভিতৰি সকলো বিপিএফ ।
  • খাম্ বৰগয়াৰীক ইউপিপিএল দলে হৰুয়াব ।
  • উল্লেখ্য যে আজি ছালাকাটি , বাওখুংগ্ৰী , দোতমা , ফকিৰাগ্ৰাম , বনৰগাঁও আৰু দেৱৰগাঁওৰ বিপিএফৰ প্ৰাৰ্থীয়ে একেলগে মনোনয়ন পত্ৰ সহ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছে ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments