Tuesday, March 10, 2026
Homeঅসমঅৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

  • অৱশেষত আদালতত জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে।
  • হিট এণ্ড ৰানৰ গোচৰত জামিন লাভ কৰে নন্দিনী কাশ্যপে
  •  ৩০ জুলাইত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে।
  • হিট এণ্ড ৰাণ গোচৰত নন্দিনীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
  • মাজনিশা জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিলাসী বাহনৰ খুন্দাত অকালতে শেষ হৈ গৈছিল এটি সম্ভাৱনা।
  • ২৯ জুলাইত গুৱাহাটীৰ এপ’ল হাস্পতালত মৃত্যু হৈছিল নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউলৰ।
  • ছামিউলৰ মৃত্যুৰ পিছতে ২৯ জুলাইত প্ৰথমতে নন্দিনীক আটক কৰিছিল আৰক্ষীয়ে।
  • পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল নন্দিনীক।
  • ২৫ জুলাইৰ নিশা ওদালবাক্ৰাত সংঘটিত হৈছে ৰাজ্য কঁপোৱা সেই দুৰ্ঘটনাটো।
  • দুৰ্ঘটনাৰ নিশা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে।
  • ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments