Tuesday, March 10, 2026
Homeঅসমটু-লেট 'ৰ সফলতাৰ পাছত হেমন্ত শৰ্মাৰ চুটি ছবি ' অমনিপ্ৰেজেণ্ট-এ ষ্টৰী 'লৈ...

টু-লেট ‘ৰ সফলতাৰ পাছত হেমন্ত শৰ্মাৰ চুটি ছবি ‘ অমনিপ্ৰেজেণ্ট-এ ষ্টৰী ‘লৈ সুখবৰ

টু-লেট ‘ৰ সফলতাৰ পাছত হেমন্ত শৰ্মাৰ চুটি ছবি ‘ অমনিপ্ৰেজেণ্ট-এ ষ্টৰী ‘লৈ সুখবৰ। ‘ চিনে ড্ৰীমছ ইণ্টাৰ নেচনেল ফিল্ম ফেষ্টিভেল-২০২৫ ‘ত বিশ্বৰ ১২৫০ খন ছবিৰ ভিতৰত নিৰ্বাচিত হৈছে প্ৰতিযোগিতা শাখালৈ।

অহা ১৬, ১৭ আৰু ১৮ ছেপ্টেম্বৰত মূম্বাইৰ জুহুস্থিত পি ভি আৰ’ত অনুস্থিতব্য চলচ্চিত্ৰ মহোৎসৱখনিত অনুস্থিত হ’ব প্ৰতিযোগিতা। এটা পলিথিন বেগৰ যাত্ৰাৰ কাহিনীৰে পৰিৱেশ প্ৰদূষণৰ আধাৰত তথা স্বচ্ছ ভাৰত অভিযানৰ আলমত নিৰ্মাণ কৰা চুটি ছবিখন অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ঃ৪৩ বজাত প্ৰতিযোগিতাখনিত প্ৰদৰ্শিত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments