Saturday, March 14, 2026
Homeঅসমজুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ক্ষোভ গৰিমাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ক্ষোভ গৰিমাৰ

  • ‘‘একদম চিধা কথাটো হৈছে মানুহজন একেবাৰে চাফা মনৰ আছিল।
  • আমি জানিব বিচাৰিছোঁ সেই দিনটোত আচলতে কি হৈছিল?
  • কিয় আমি জুবিনক হেৰুৱাবলগা হ’ল সত্যটো জানিব বিচাৰোঁ।
  • মোক একেবাৰে শুদ্ধ আৰু সত্য কথাটো জানিব লাগে ঘটনাটোত বহুত ডিছট্ৰেকচন আহিছে।’’
  • ‘‘গোটেইখন খেলিমেলি হৈ গৈছে যেন ভাৱ হৈছে এতিয়া।
  • তথাপি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ।
  • যিমান সোনকালে হয় সিমানেই ভাল, কাৰণ আমাৰ ভিতৰত একুৰা জুই জ্বলি আছে।
  • তেওঁক হেৰুৱালোঁ, তেওঁ কেতিয়াও ঘূৰি নাহে, কিন্তু সত্যটো জানিবই লাগিব।’’
  • ‘কোনোধৰণৰ পলিটিক্স, কোনো ধৰণৰ ডিছট্ৰেকছন মই নিবিচাৰোঁ।
  • সকলোকে ইমান মৰম দিয়া মানুহজন কিয় ইমান অৱহেলাৰ বলি হ’ল?
  • ছিংগাপুৰৰ লোকসকল আহি সহযোগ কৰিব লাগে, ইমানখিনি মানৱীয়তা কেনেকৈ নাইকীয়া হৈ গ’ল তেওঁলোকৰ?’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments