Friday, March 13, 2026
Homeঅসম‘কা’ আন্দোলনৰ যোৰহাটৰ গোচৰত দোষমুক্ত বিধায়ক অখিল গগৈ

‘কা’ আন্দোলনৰ যোৰহাটৰ গোচৰত দোষমুক্ত বিধায়ক অখিল গগৈ

‘কা’ আন্দোলনৰ যোৰহাটৰ গোচৰত দোষমুক্ত বিধায়ক অখিল গগৈ। ন্যায়িক দণ্ডাধীশ প্ৰতীক্ষা চেতিয়াৰ আদালতৰ দোষমুক্ত ঘোষণা।

২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। এই গোচৰত অখিল গগৈক আইনী সাহায্য আগবঢ়াইছিল বহুকেইগৰাকী অধিবক্তাই।

আইনী সাহায্য আগবঢ়োৱা অধিবক্তাসকলক ধন্যবাদ জনায় বিধায়কগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments