Thursday, March 12, 2026
Homeঅসমঅগপ-বিজেপিৰ মিত্ৰতা হ’বনে?

অগপ-বিজেপিৰ মিত্ৰতা হ’বনে?

  • সংবাদ মাধ্যমৰ সমুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়
  • ‘‘আমাৰ বহুকেইজন বিধায়কে টিকট পাব।
  • কোনো কোনো সমষ্টিত যুৱ প্ৰজন্মক সুযোগ দিয়া হ’ব।
  • বহুকেইগৰাকী নতুন মহিলায়ো লাভ কৰিব প্ৰাৰ্থিত্ব।’’
  • মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে চূড়ান্ত কৰিব টিকটপ্ৰাপ্তিৰ সিদ্ধান্ত।
  • ইপিনে, অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • অগপ-বিজেপিৰ মিত্ৰতাত কোনোধৰণৰ জটিলতা নাই বুলি উল্লেখ কৰি তেওঁ কয়
  • ‘‘ৰাজ্যিক পৰ্যায়তে অগপ-বিজেপিৰ মিত্ৰতা হ’ব।
  • কেন্দ্ৰীয় নেতৃত্বই কেৱল অনুমতি প্ৰদান কৰিব।
  • অমিত শ্বাহৰে কথা পাতিব অগপ নেতৃত্বই।
  • শ্বহীদ স্মাৰক ক্ষেত্ৰত অমিত শ্বাহৰে কথা পাতিব অতুল বৰাই।
  • বটদ্ৰৱাত অমিত শ্বাহৰে কথা পাতিব কেশৱ মহন্তই।
  • কোনো জটিলতা নথকাৰ বাবে ৰখা নাই কোনো আনুষ্ঠানিক আলোচনা।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments