জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট: ৰূপহীহাট জ্ঞান বিকাশ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা।
জুইৰ লেলিহানে আৱৰি ধৰিছে জ্ঞান বিকাশ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুল
হঠাৎ দাউ দাউকৈ জ্বলি উঠে স্কুলখন
ৰূপহীৰ একমাত্ৰ নাম জ্বলা ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাৰ বিদ্যালয় জ্ঞান বিকাশ চিনিয়ন চেকেণ্ডাৰী স্কুল
সম্পূৰ্ণৰূপে জুইত ভস্মীভূত বিদ্যালয়খন
বিধ্বংসনি জুইত কোটি টকাতকৈ অধিক টকাৰ সা সম্প্ৰতি জুইত ভস্মীভূত হয়
অগ্নি নিৰ্বাপক
বাহিনীক খবৰ দিয়াৰ পিছতো বৰ্তমান লৈকে উপস্থিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনী অথবা SDRF বাহিনী
বৰ্তমানে জুইৰ লেলিহানে আৱৰি আছে বিদ্যালয়খন যদিও এতিয়াও উপস্থিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনী অথবা SDRF বাহিনী
এতিয়ালৈকে জানিব পৰা হোৱা অগ্নি কাণ্ডৰ সূত্ৰ পাতৰ বিষয়ে
