Sunday, April 5, 2026
Homeঅসমকাক সকীয়নী দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই?

কাক সকীয়নী দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই?

তিতাবৰৰ একাংশ বিজেপি নেতা কর্মীক শেষ সকীয়নী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ । তিতাবৰৰ বিজেপিৰ মাজত দেখা দিয়া বিসম্বাদ দূৰ কৰিবলৈ হেলিকপ্তাৰেৰে তিতাবৰত উপস্থিত হলহি সভাপতি দিলীপ শইকীয়া ।
মঞ্চত উঠিয়েই একাংশ বিজেপি নেতাক ধমক দিলীপ শইকীয়াৰ ।
তিতাবৰৰ বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাক চিপৰাং মৰা সকলক চিনাকি কৰি নির্বাচনৰ পাছত দলৰ পৰা বহিস্কাৰ কৰিম বুলি ৰাজহুৱা ধমক দিয়ে দিলীপ শইকীয়াই ।
একাংশ বিজেপি নেতাই নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱা জয়ী হৈ বিজেপিত যোগদান কৰাৰ যি অ প্ৰচাৰ চলাইছে সেইসকল বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি স্পষ্টকৈ সকীয়াই দিলে ।
তিতাবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাক ছদ্মবেশী কংগ্ৰেছী বুলি কটাক্ষ কৰে দিলীপ শইকীয়াৰ
। অসমত আহি আছাদুদ্দিন ওৱেইছিয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিলীপ
শইকীয়াৰ । অন্যহাতে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত থকা লিংকৰ কথা স্পষ্ট কৰিবলৈ দাবী সভাপতি গৰাকীৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments