ডিজিটেল ডেস্ক, ১৯ অক্টোবৰ:কটন বিশ্ববিদ্যালয় চৌহদত উখল-মাখল পৰিৱেশ। ঘোষণা হ’ল ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল
সভাপতি পদত জয়ী হিমাংশু কুমাৰ দাস
উপ-সভাপতি পদত অক্ষয়িতা দাসৰ জয়লাভ
সাধাৰণ সম্পাদক পদত জয়ী জাভেদ আখতাৰ
সহকাৰী সাধাৰণ সম্পাদক পদত গাৰ্গী শৰ্মাৰ জয়লাভ
লঘু ক্রীড়াত মাপানি লামগুৰ জয়লাভ
ছাত্রী জিৰণি-কোঠাত সৃষ্টি শাণ্ডিল্যৰ জয়লাভ হাত মষ্টি শাণ্ডিল্যৰ জয়লাভ
ছাত্ৰ জিৰণি-কোঠাত মমজে আলীৰ জয়লাভ
কটনিয়ান সম্পাদক পদত জয়ী শুঞ্জনা শর্মা
ক্ৰিকেটৰ সম্পাদক পদত জয়ী কৰণ শৰ্মা
তর্ক সম্পাদক পদত অংকিতা দাসৰ জয়