Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা , নিহত ৭ জন

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা , নিহত ৭ জন

ডিজিটেল ডেস্ক, ANEWS24X7: জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰাৰ ফলত সংঘটিত হয় এই বাছ দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটোৰ ফলত নিহত হয় ৭ জন লোক ৷ জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাত এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ আৰক্ষী আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments