- ১ আগষ্টৰ পৰা ৰিহেব চেন্টাৰৰ বাবে নতুন SOP
- SOP নামানিলে বন্ধ কৰি দিয়া হ’ব ৰিহেব চেন্টাৰ
- ৰিহেব চেন্টাৰৰ পৰা ওলোৱা ৰোগীয়ে ৩ বছৰলৈনিজাকৈ খুলিব নোৱাৰিব চেন্টাৰ
- ২৫গৰাকী ৰোগীৰ বিপৰীতে থাকিব লাগিব ২গৰাকী নাৰ্চ
- এটা কোঠাত ২ বা ৩গৰাকী ৰোগীহে থাকিব পাৰিব
- প্রতিটো কোঠাত বিছনা থকাটো বাধ্যতামূলক
- প্রতি সপ্তাহত কেন্দ্রলৈ যাব লাগিব মনোৰোগ বিশেষজ্ঞ
- নিচামুক্তি কেন্দ্ৰত ৰাখিব লাগিব কিতাপ
- বাউঞ্চাৰ ৰাখিলে শিক্ষিত হ’ব লাগিব
- বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ ঘোষণা
