Saturday, March 14, 2026
Homeঅসম২০২৫ চনত ৰাজনৈতিক ভাৱে আত্মপ্ৰকাশ বীৰ লাচিত সেনা

২০২৫ চনত ৰাজনৈতিক ভাৱে আত্মপ্ৰকাশ বীৰ লাচিত সেনা

শিৱসাগৰ, ২৮জুলাই: আজি শিৱসাগৰত বীৰ লাচিত সেনাৰ যোগদান কাৰ্য্যসূচীত শৃংখল চলিহাৰ বিস্ফোৰন:বীৰ লাচিত সেনাই ৰাজনৈতিক পথাৰত আত্ম প্ৰকাশ কৰিবলৈ কুচকাৱাজ।শৃংখল চলিহাই নিজৰ ভাষন প্ৰসংগত শিৱসাগৰৰ বিধায়কক অখিল গগৈক সমালোচনা।

শিৱসাগৰৰ উন্নয়ন যদি কৰিব মন আছে বেটাৰী ৰিস্কা বন্ধ কৰি নহয় পৰ্য্যটন ক্ষেত্ৰ উন্নয়ন কৰি কৰক।ৰাইজৰ দলৰ সংঘাট হব লাগিছিল বিজেপিৰ লগত আৰু সংঘাট হৈছে বীৰ লাচিত সেনাৰ লগত।এখন ৰাজনৈতিক যুদ্ধ হব নীতি আদৰ্শৰ যুদ্ধ হব,মই এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয়:শৃংখল চলিহাৰ।

২০২৫ চনত ৰাজনৈতিক ভাৱে আত্মপ্ৰকাশ কৰিব শৃংখল চলিহাই।২০২১ চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই কৰা সহায়ক অখিল গগৈই নসাৎ কৰিছে:শৃংখল চলিহাৰ।প্ৰব্লেম ইগৰ নহয় জাতীয়তাবাদৰ,অখিল গগৈৰ মোৰ প্ৰেমিকা নহয়:শৃংখল চলিহা।

নিশা নৈশ বাছৰ সংঘাট সন্ধৰ্ভত মুখ খুলিলে শৃংখল চলিহাৰ:অৰুণোদয় নামৰ নৈশ বাছ খনৰ স্বাতাধিকাৰী বীৰ লাচিত সেনাৰ সৈনিক।ৰাইজৰ দলৰ মহিলা নেত্ৰী গৰাকীৰ ষ্টোক ভয় ভাবুকিৰ বাবে হোৱা বুলি কৰা অভিযোগ খণ্ডন কৰে শৃংখল চলিহাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments