Wednesday, March 11, 2026
Homeঅসমসোণাপুৰত উত্তেজনাময় পৰিৱেশ

সোণাপুৰত উত্তেজনাময় পৰিৱেশ

📌সোণাপুৰত উত্তেজনাময় পৰিৱেশ ।

📌AIUDF বিধায়ক নেতাক কচুতলিত প্ৰৱেশত বাধা ডিমৰীয়াৰ দল সংগঠনৰ।

📌 ডিমৰীয়াৰ দল সংগঠন আৰু AIUDF ৰ নেতাৰ মাজত হতাহতিৰ ঘটনা ।

📌AIUDF ৰ ধিং’ৰ বিধায়ক আমিনুল ইচলাম জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম,
📌দলগাঁওৰ বিধায়ক মুজিবুৰ ৰহমান আৰু লগতে কেইবাগৰাকীও AIUDF’ৰ নেতা কৰ্মী কচুতলি অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত বাধা প্ৰদান ডিমৰীয়াৰ দল সংগঠনৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments