Tuesday, July 8, 2025
Homeঅসম'কংগ্ৰেছে ক্ষমা খুজিব লাগে': পীয়ুষ হাজৰিকা

‘কংগ্ৰেছে ক্ষমা খুজিব লাগে’: পীয়ুষ হাজৰিকা

চামগুৰি, ১৪ছেপ্তেম্বৰ: কংগ্ৰেছ দল আচলতে জনজাতি বিৰুদ্ধি এটা দল হয়নে নহয়,সোনাপুৰৰ যিখিনি ঠাইত উচ্ছেদ হৈছে সম্পূৰ্ন ভাৱে ন্যায় সংগত ভাৱে জাননি দি উচ্ছেদ কৰা হৈছে,সেই মাটি খিনি ট্ৰাইবেল সংঘৰ ভূমি।

ট্ৰাইবেল সকলক উচ্ছেদ কৰি,কোনোবা সংন্দেহযুক্ত লোক বহিব,তাত চৰকাৰে ব্যৱস্থা ল’ব আৰু কংগ্ৰেছে তাত বেআইনি বুলি ক’ব মই কংগ্ৰেছক ধিক্কাৰ দিছোঃ পিযুষ হাজৰীকা

অসমৰ জনজাতি লোক সকলক অপমান কৰিছে কংগ্ৰেছে,তাৰ বাবে জনজাতি লোকসকলক কংগ্ৰেছে ক্ষমা খুজিব লাগে ঃপিযুষ হাজৰিকা

ট্ৰাইবেল সকল আমাৰ ভূমিপুত্ৰ,তেওঁলোকক সন্মান কৰাতো নিয়ম,আমাৰ সংস্কৃতি,কংগ্ৰেছ সকলে ভাৰতীয় সংস্কৃতিৰ পৰা আতৰি বাংলাদেশীয় মূলৰ সন্দেহযুক্ত লোকৰ সমৰ্থনত কথা কৈ ট্ৰাইবেল সকলক দুখ দিছেঃপিযুষ হাজৰীকা

অনলাইন ট্ৰেডিংৰ সন্দৰ্ভত কংগ্ৰেছে বিজেপিৰ ওপৰত দোষ জাপি দিব খোজে,কিন্তু কংগ্ৰেছৰ বৰঘৰতেই এতিয়া কেলেৎকাৰি ধৰা পৰিছে,যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলমৰ ছত্ৰছায়াত সংঘটিত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত ভাষন প্ৰসংগত ক্ষুৰদাৰ সমালোচনা মন্ত্ৰী পিযুষ হাজৰীকাৰ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বহু কেইটা কেছ CBI হস্তান্তৰ কৰা হৈছে। কোনো সাৰি নাযায়।

চামগুৰিৰ উদমাৰীত অনুষ্ঠিত হোবা এখন সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই পিয়ুষ হাজৰীকাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments