Wednesday, July 9, 2025
Homeঅসমকাইলৈৰ পৰা গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

কাইলৈৰ পৰা গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

নিউজ ডেস্ক, ANEWS24X7: অসম এথেলেটিকছ সন্থাৰ উদ্যোগত ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ পল্টনবজাৰস্থিত ছাই খেলপথাৰত অনুষ্ঠিত হ’ব ৩৭ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা ৷

দেশৰ ২৮ খন ৰাজ্যৰ মুঠ ২১১৩ গৰাকী এথলিটে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ৷ এই প্ৰতিযোগিতাখনত ১৪,১৬,১৮,২০ অনূৰ্ধ্ব প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব ৷

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ৬৫ জনীয়া এথলীট দল ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments