ডিজিটেল ডেস্ক, ANEWS24X7: আজি তেজপুৰলৈ আহিব বলীউদৰ ছুপাৰ ষ্টাৰ অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন৷ তেজপুৰত আজি পুৱাতে আহি উপস্থিত হ’ল দীপিকা পাডুকনৰ ভেনিটি ভেন৷ আহি আছে অনিল কাপুৰৰ ভেনিটি ভেনো।
তেওঁলোকৰ নতুন ছবি’ ‘ফাইটাৰ’ ৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে। তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ফাইটাৰৰ শ্বুটিং৷
ইতিমধ্যে জনপ্ৰিয় তাৰকা ঋত্বিক ৰোশন তেজপুৰ বায়ুসেনা ঘাটিতে আছে আৰু ছবিৰ শ্বুটিঙৰ বাবে আগতীয়াকৈ আহিছে৷