Friday, November 8, 2024
Homeৰাজনৈতিকঅসমৰ জলপথৰ সামগ্ৰিক উন্নয়নৰ বাবে বিগত ইউপিএ চৰকাৰতকৈ দুগুণ ব্যয় কৰিছে এনডিএ...

অসমৰ জলপথৰ সামগ্ৰিক উন্নয়নৰ বাবে বিগত ইউপিএ চৰকাৰতকৈ দুগুণ ব্যয় কৰিছে এনডিএ চৰকাৰে

ডিজিটেল ডেস্ক, A NEWS 24×7: ৭ ডিচেম্বৰৰ পৰা ১৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। ৰাজ্যসভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় জাহাজ,বন্দৰ আৰু জল পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন চৰকাৰে বিভিন্ন প্ৰকল্পৰ লগতে ব্ৰহ্মপুত্ৰ নদীকে ধৰি অসমৰ জলপথৰ সামগ্ৰিক উন্নয়নৰ বাবে বিগত ইউপিএ চৰকাৰতকৈ দুগুণ ধনৰ ব্যয়ৰে বিকাশৰ পথত অগ্ৰসৰ হৈ আহিছে।’

লোকসভাৰ বুলেটিন অনুসৰি চৰকাৰে এই অধিবেশনত ১৬ খন নতুন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে । একে সময়তে কংগ্ৰেছে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত সীমান্তৰ পৰিস্থিতি, অৰ্থনীতিৰ অৱস্থা, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ আদি বিষয়ত আলোচনাৰ সিদ্ধান্ত লৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments