Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইউক্ৰেইনলৈ আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰ সাহায্য

ইউক্ৰেইনলৈ আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰ সাহায্য

ডিজিটেল ডেস্ক, ANEWS24X7: আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন প্ৰশাসনে ইউক্ৰেইনৰ বাবে শীঘ্ৰে ১.৮ বিলিয়ন ডলাৰৰ সামৰিক সাহায্য ৷

এই সাহায্য পেকেজৰ অধীনত প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ যুদ্ধবিমানৰ বাবে নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিব পৰা পেট্ৰিয়াট মিছাইল প্ৰতিৰক্ষা প্ৰণালী আৰু বোমা প্ৰেৰণ ৷

এই সাহায্য পেকেজৰ অধীনত আমেৰিকাই ১ বিলিয়ন ডলাৰ মূল্যৰ অস্ত্ৰ আৰু ৮০০ নিযুত ডলাৰ ইউক্ৰেইন সুৰক্ষা সহায় উদ্যোগৰ জৰিয়তে পুঁজি যোগান ধৰা হ’ব ৷ ইউক্ৰেইনক অস্ত্ৰ ,গোলাবাৰুদ , প্ৰশিক্ষণ আৰু অন্যান্য খণ্ডৰ বাবে নিৰাপত্তা সহায়ক উদ্যোগৰ দ্বাৰা পুঁজি যোগান ধৰা হ’ব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments