- ফ্ৰান্সত ভয়ংকৰ বিমান দুৰ্ঘটনা।
- দুৰ্ঘটনাত পাইলটসহ ১১গৰাকীৰ মৃত্যু।
- কথমপি প্ৰাণ ৰক্ষা ৩গৰাকী যাত্ৰীৰ।
- নানচি-এছে বিমান বন্দৰৰ পৰা উৰণৰ পাছতে এই দুৰ্ঘটনা।
- টম্বলেন চহৰত ভূপতিত হয় বিমানখন।
- নিহতসকলৰ ভিতৰত আছে ৫ শিক্ষাৰ্থী।
ফ্ৰান্সত ভয়ংকৰ বিমান দুৰ্ঘটনা
RELATED ARTICLES
