Monday, June 1, 2026
Homeঅসমছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

ছিংগাপুৰৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পানীত ডুবিয়ে জুবিনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পিছতে ছিংগাপুৰতো চাঞ্চল্যৰ সৃষ্টি হৈছে।য়টৰ কেপ্তেইনৰ গাফিলতিৰ কথাও উল্লেখ ছিংগাপুৰৰ অধিবক্তাৰ। অধিবক্তাই যুক্তি দৰ্শাই যে ‘নিচাসক্ত লোকক য়টত উঠিবলৈ দিয়াটো নিয়মৰ উলংঘা কৰা’।য়টত উঠাৰ পিছতো জুবিনে সুৰাপান কৰাৰ কথা উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীৰ তদন্তত। য়টৰ কেপ্টেইনে আৰক্ষী আৰু কৰনাৰ্ছ ক’ৰ্টত দিছিল এই তথ্য।

সুৰাসক্ত জুবিন গাৰ্গক কেপ্টেইনে নামিবলৈ দিছিল পানীত। কেপ্টেইন, য়টৰ কৰ্মচাৰীয়ে জুবিনক অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছিংগাপুৰৰ অধিবক্তাই উত্থাপন কৰে এই অভিযোগ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments