Sunday, April 26, 2026
Homeঅসম"খালিস্থানী"ৰ পতাকা দাহ

“খালিস্থানী”ৰ পতাকা দাহ

ডিজিটেল ডেস্ক, Anews24x7: গোলাঘাটত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন “খালিস্থানী”ৰ পতাকা দাহ। হিন্দু যুৱ পৰিষদ,অসমে দাহ কৰে খালিস্থানী পতাকা।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা এই সন্ত্ৰাসবাদী সংগঠনটোক কঠোৰ সমালোচনা কৰাৰ লগতে কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহক অসম তথা ভাৰতৰ শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় হিন্দু যুৱ পৰিষদ অসমে।

এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট বিটা চাৰিআলিত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন “খালিস্থানী”ৰ পতাকা দাহ কৰে সংগঠনটোৱে।

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments