Tuesday, July 8, 2025
Homeমনোৰঞ্জনমাত্ৰ ৭৫ টকাত চাবলৈ পাব চিনেমা ! ১৬ ছেপ্টেম্বৰত আহক কাষৰ ছবিগৃহলৈ

মাত্ৰ ৭৫ টকাত চাবলৈ পাব চিনেমা ! ১৬ ছেপ্টেম্বৰত আহক কাষৰ ছবিগৃহলৈ

 

ডিজিটেল ডেস্ক ANEWS24X7:  বৰ্তমান সমগ্ৰ দেশতে ছবিগৃহ সমূহত নুন্যতম টিকটৰ মূল্য ২০০-টকাৰ পৰা ৩০০ টকাৰ ভিতৰত । ইয়াৰ ফলত দেশৰ সাধাৰণ জনতাই এতিয়া ছবিগৃহত গৈ চিনেমা উপভোগ কৰাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । ইয়াৰ মাজতে দেশৰ সাধাৰণ জনতালৈ আহিছে এটা ভাল খবৰ ।

২০০-৩০০ টকাত নহয় এতিয়া ৭৫ টকাতে চাবলৈ পাৰিব চিনেমা ।’ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস’ উদযাপন কৰিবৰ বাবে পিভিআৰ, আইএনঅ’এক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ আৰু চিটিপ্ৰাইড, এছিয়ান, মুক্তা এ2, মুভিটাইম, ৱেভ, এম2কে আৰু ডিলাইটকে ধৰি সমগ্ৰ দেশৰ প্ৰায় ৪০০০ ছবিগৃহত ১৬ ছেপ্টেম্বৰত ৭৫ টকাতে প্ৰদান কৰা হ’ব চিনেমাৰ টিকট ।

ইয়াৰ ফলত সকল স্তৰৰ লোকে ছবিগৃহত গৈ উপভোগ কৰিব পাৰিব চিনেমা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments