Tuesday, July 8, 2025
Homeঅসমপ্ৰমোদ বড়োৱে মা কামাখ্যাৰ শ্ৰী চৰণত ধৰি শপত খাওকঃ হাগ্ৰামা মহিলাৰী

প্ৰমোদ বড়োৱে মা কামাখ্যাৰ শ্ৰী চৰণত ধৰি শপত খাওকঃ হাগ্ৰামা মহিলাৰী

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাক যুদ্ধ ক্ৰমান্বয়ে তুংগত উঠিছে ।  গনজাগৰন সভাত হাগ্ৰামাই কলে  প্ৰমোদ বড়োৱে মা কামাখ্যাৰ শ্ৰী চৰণত ধৰি শপত খাওক যদি শ্ৰীৰামপুৰৰ পৰা কমিচন লোৱা নাই। সকলো তথ্য হাগ্ৰামাৰ মোবাইলত আছে কেৱল বাতৰি পৰিবেশন কৰিব দিয়া হোৱা নাই।

দিল্লীত প্ৰমোদ বড়োৱে মোক লগ কৰি বিটিআৰৰ পৰা বিজেপিক উৎসাত কৰাৰ পৰিকল্পনা কথা ব্যক্ত কৰিছিল সেই ভিজুৱেল মোৰ হাতত আছে ।সময়ত মই ৰজহুৱা কৰিম ।

একালৰ সতীৰ্থ বৰ্তমান বিধান সভাৰ অধ্যক্ষ বিজেপিৰ পানেৰী বিধায়ক বিশ্বজিৎ দৈমাৰীৰ সমষ্টিত তীব্র সমালোচনা কৰি কয় ।আমেৰিকাৰ সভাপতি হলেওঁ দৈমাৰী সন্তুষ্ট নহয় ।

আনহাতে হাগ্ৰাৰ সভালৈ অহাত BJP,UPPLৰ নেতা কৰ্মীয়ে বাধা প্ৰদান কৰা অভিযোগ তোলে BTCৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োই ৷হাগ্ৰামাৰ সভাত প্ৰায় দুই শতাধিক UPPL আৰু BJP দলৰ নেতা কৰ্মীয়ে BPFত যোগদান কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments