Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ। ISIৰ মুৰব্বী ফইজুল নাছিৰৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টাৰ অভিযোগ তুলিছিল ইমৰান খানে।

ইছলামবাগ উচ্চ ন্যায়ালয়ৰ বাহিৰৰ পৰা অৰ্ধসামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ চৰকাৰী মুখপাত্ৰ ফাৱাদ চৌধৰীৰ মতে, তেওঁক “আদালতৰ চৌহদৰ পৰা অপহৰণ কৰা হৈছে। কেইবাজনো অধিবক্তা আৰু সাধাৰণ লোকক অত্যাচাৰ কৰা হৈছে।”

চৌধৰীয়ে লগতে কয় যে ইমৰাণ খানক অজ্ঞাত লোকে অজ্ঞাত স্থানলৈ হুইস্কিং কৰি লৈ গৈছে আৰু ইছলামবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে স্বৰাজ সচিব আৰু আই জি আৰক্ষীক ১৫ মিনিটৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments