Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়প্ৰকৃতিৰ ৰুদ্ৰৰূপ, ভূমিস্খলন আৰু বানত ৭২জনৰ মৃত্যু

প্ৰকৃতিৰ ৰুদ্ৰৰূপ, ভূমিস্খলন আৰু বানত ৭২জনৰ মৃত্যু

ডিজিটেল ডেস্ক, anews24x7: সোমবাৰে উত্তৰ ভাৰতৰ কিছু অংশত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰে, বিশেষকৈ হিমাচল প্ৰদেশত য’ত অভিলেখ সৃষ্টি কৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হৈছে।

হাই এলাৰ্টত জাৰি কৰিছে চৰকাৰে।   হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে ৰাজ্যত অবিৰত বৰষুণৰ বাবে বিদ্যুৎ সংকটৰ সন্মুখীন হৈছে। ‘ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰা হৈছে। সকলো পৰ্যটক সুৰক্ষিত।’ 

হিমাচলৰ দুটা স্থানতো ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। কুল্লুৰ বিয়াছৰ লগতে পাৰ্বতী আৰু তীৰ্থন নদীতো উঠিছে ঢৌ। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পানীৰ প্ৰচণ্ড সোঁতত উটুৱাই নিয়ে প্ৰায় ৬০খন বাহন। আনহাতে কুল্লুৰ কছাউলত ৬ খন বাহন উটুৱাই নিয়াৰ খবৰ পোৱা গৈছে। মানালীত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে হঠাৎ বানপানীয়ে এখন হোটেল উটুৱাই লৈ যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments