Tuesday, July 8, 2025
Homeঅসমদুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ লাট মণ্ডল

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ লাট মণ্ডল

ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্যত অব্যাহত আতে দুৰ্নীতি বিৰোধী অভিযান ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ত ৷ উৎকোচ লৈ ধৰা পৰিল ছিপাঝাৰ পাথৰিঘাট চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল হৰি দাস সিনহা ।

১৮ হাজাৰ টকা ঘোচ লৈ ধৰা পৰিল লাট মণ্ডল হৰি দাস সিনহা । দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে লাট মণ্ডলজনক । হৰি দাস সিনহা পাতি দৰং, লোজোৰা, বড়িগাঁও, দেওমৰনৈ কুমাৰ পাৰাৰ লাট মণ্ডল হিচাপে কৰ্মৰত হৈ আছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments