- ডুমডুমাৰ দাইচা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
- ২০ শতাংশ বোনাচৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
- বাগিচা কতৃপক্ষই দুৰ্গোৎসৱৰ পূৰ্বে শ্ৰমিকক দিব লগীয়া ২০ শতাংশ বোনাচ দুইটা কিস্তিত প্ৰদান কৰাৰ সিদ্ধান্ত
- বাগিচা কতৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ শ্ৰমিকৰ
- দুৰ্গোৎসৱৰ পূৰ্বে এক কিস্তিত ২০ শতাংশ হাৰত বোনাচ প্ৰদান কৰিবলৈ দাবী শ্ৰমিকৰ
- উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘই শ্ৰমিকৰ হৈ বাগিচা কতৃপক্ষৰ সৈতে কৰিছে বোনাছ চুক্তি
- চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই কৰা চুক্তিক অমান্তি বাগিচা শ্ৰমিকৰ
- কোনো পধ্যে ৰূপেশ গোৱালাই কৰা চুক্তিক মানি নোলোৱাৰ হুংকাৰ শ্ৰমিকৰ
- প্ৰশ্ন হৈছে চাহ শ্ৰমিকক অন্ধকাৰত ৰাখি শ্ৰমিকৰ হৈ চুক্তি কৰে নেকি বিজেপি বিধায়ক ৰূপেশ গোৱালাই
- নিজ নেতাৰ চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ডুমডুমা সমষ্টিৰ দাইচা চাহ বাগিচাৰ শ্ৰমিকৰ
